#axomiya

Dekh ot koi dangor gvt. nohoi ...joi Aai Axom ✊❤️ . . . #axom #axomiya #assam #assamese #tezpurian #tezpur #guwahati #no_to_CAB #joiaaiaxom


0💬Normal

অসম খন জ্বলি উঠিছে, চকুৰ আগত নিজৰ অস্তিত্ব নাইকিয়া হৈ যাবলৈ ধৰিছে। সেই কেঁচা অসমীয়া তেজৰ কি আজি একো মূল্য নাই? কিয় জ্বলি উঠিছে মোৰ মাতৃভূমি? কিয় বেচিছে আমাৰ জাতিক,জাতিৰ নায়ক হব বিচৰা খালনায়কে? গামোচা হেৰুৱাবলগীয়া হব আমি? ঢোলৰ মাত নাইকিয়া হব? অসমীয়া ধ্বংশ হব? ভাগৰী পৰিছোঁ, কোনেও নুশুনে মোৰ মাত মোৰ মত। বিক্ৰী কৰিব মোৰ জাতিক তেওঁলোকে, "জয় বাংলদেশী" কি পাপ কৰি সেই কথাসাৰ মোৰ কাণত পৰিলে নাজানো? এই শ্বহীদ ৰ তেজৰ গোন্ধ আজিও জিপাল হৈ আছে, কিন্তু অসমীয়া জাতি..? নাই শব্দ নাই মোৰ। #opposecab #axomiya #cottonuniversity #cottonian #patriots #assam #assamese #cotton #guwahati #northeastindia


1💬Normal

অামি অসমীয়াই CABৰ প্ৰতিবাদ কৰোঁ আৰু কোনোমতেই এই জাতি বিৰোধী আইনখন আঁকোৱালি নলওঁ ¦¦ . . We the people of assam solely oppose the CAB and will never accept it whatsoever. . . . . . . . Lyrics:- . . যতে ততে দুৰ্নীতি হেৰাই যাব সংস্কৃতি নেথাকিব মাটি ভেটি নেলাগে অমাক ৰাজনীতি বিদেশীয়ে আহি জ্বলাই দিব পথাৰ নেথাকিব খেতি ইনেকে চলি থাকিলে ভাগি যাব ঘৰৰ ভেট এইখিন সমাজ ফোঁপোলা নেতাই বান্ধে তোপোলা নহয় অমি অঁকৰা ঘৰৰ চুকত জোপোহা হাতে কামে লাগি গ'ল অহি যাব ধুমুহা হাতে কামে লাগি গ'ল অহি যাব ধুমুহা . . . . . . . . . . . . Song:- Obostha || D.H.B. #joiaiaxom#assam #citizenammendmentbill #axomiya #jorhat


0💬Normal

Ooh Babe, your kiss make my mind stop thinking and the heart start feeling💕 #delhi #champagali #delhidiaries #assamese #axomiya


0💬Normal

শুকাই যোৱা শব্দৰ কবিতাবোৰ পুনৰ যেন জীপাল হ'বলৈ লৈছে তোমাৰ অনুভূতি পায় । মৰমবোৰ ভগা আলমাৰিটোত থৈছিলো কাহানিবাই এলান্ধুৱে আগুৰি ধৰিছিল চৌপাশ মাজনিশা উচুপিছিল শব্দবোৰে হয়তো কিবা কিবি ক'বলৈ বিছাৰিছিল উদাসীন মনৰ সেমেকি যোৱা কিছুমান অৰ্থহীন ভাষা । #life #love #portrait #poetry #assamesepoem #axomiya #lovepoem


0💬Normal

I say no to CAB( citizenship amendment bill)....what about u? . . . . . . . #axom #assamese #axomiya #meme #joiaaiaxom #notocab #tezpuriyan #assam #tezpur #guwahati


0💬Normal

সঁচাকৈ #assam #rvcjassamese #rvcjinsta #axomiya #assamesequotes


1💬Normal

Pretty Follow 😊 📢💯 ★★Follow us for more★★ ⬇️ 🔜 ◆◆◆◆◆◆◆◆◆◆◆◆ 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 ©️ DM for Copyright issues ®️ We share only Awesome MODELS ❤️ Tag & Add hashtags ◆◆◆◆◆◆◆◆◆◆◆◆ #models #models #models #models #axomiya #assamese #assamesegirl #assamesebeauty #assamesebride #assameseattire #assamesemodels #assameseculture #assamese_beauty #assamesetradition #assamese_girls #assamesefashion #axomiyasuali #axomiyajiyori #axomiya_photos_shoutout #axomiya_photoshoot_ #axomiya_suwali #axomiyasuwali #axomiyastyle #axomiyashoots #axomiya_troll #axomiya_calendar_giri_2018 #shoutoutback #shoutoutforshoutout #shoutoutback #shoutoutzjust4you


0💬Normal

Hosa kotha aji AXOM sorkar Aaru Modi sorkare nijor Bangladeshi hontano ke Bisari aase 🙄 Aji gutai AXOM bakhi raij sorkaror uporot lojjito 😠😡 #axom #assam #axomiya #CAB #oppose #opposecab#no #restrict #bjp #useless


0💬Normal

Next Page