#nemcarehospital

অভিনেত্ৰী কাশ্মীৰি শইকীয়া বৰুৱা অসুস্থ, নেমকেয়াৰত ভৰ্তি… . . অভিনেত্ৰী কাশ্মীৰি শইকীয়া বৰুৱা অসুস্থ। নেমকেয়াৰত চিকিৎসাধীন অভিনেত্ৰীগৰাকী। শ্বাস-প্ৰশ্বাসজনীত ৰোগত আক্ৰান্ত কাশ্মীৰি শইকীয়া বৰুৱা। ডাঃ হীতেশ বৰুৱাৰ মতে, বৰ্তমান উন্নত হৈছে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য। মঙলবাৰে নিশা তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। বুধবাৰে তেওঁক আই চি ইউৰ পৰা নিয়া হয় কোঠালৈ। অৰণ্য, পুতলা ঘৰ, সন্ধ্যাৰাগ, অগ্নিস্নান, ময়ূৰী, সাগৰলৈ বহু দূৰ আদি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল কাশ্মীৰি শইকীয়া বৰুৱাই। #sadinweekly #assameseactress #nemcarehospital #admit #assamesefilm #assameseindustry #instadaily #instafollow #guwahati #assam


0💬Normal

অভিনেত্ৰী কাশ্মীৰি শইকীয়া বৰুৱা অসুস্থ, নেমকেয়াৰত ভৰ্তি… . . অভিনেত্ৰী কাশ্মীৰি শইকীয়া বৰুৱা অসুস্থ। নেমকেয়াৰত চিকিৎসাধীন অভিনেত্ৰীগৰাকী। শ্বাস-প্ৰশ্বাসজনীত ৰোগত আক্ৰান্ত কাশ্মীৰি শইকীয়া বৰুৱা। ডাঃ হীতেশ বৰুৱাৰ মতে, বৰ্তমান উন্নত হৈছে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য। মঙলবাৰে নিশা তেওঁক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। বুধবাৰে তেওঁক আই চি ইউৰ পৰা নিয়া হয় কোঠালৈ। অৰণ্য, পুতলা ঘৰ, সন্ধ্যাৰাগ, অগ্নিস্নান, ময়ূৰী, সাগৰলৈ বহু দূৰ আদি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল কাশ্মীৰি শইকীয়া বৰুৱাই। #asomiyapratidin #AP #assameseactress #nemcarehospital #admit #assamesefilm #assameseindustry #instadaily #instafollow #guwahati #assam


2💬Normal

With my bro Prof. Pradip Baruah. Renowned Ortho Surgeon of North East India. #doctor #professor #orthopedic #surgeon #nemcarehospital #guwahati #northeastindia


0💬Normal

কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ আৰু নাই... . . শুকুৰবাৰে দুপৰীয়া ১.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে দীপালি বৰঠাকুৰে। যোৱা শনিবাৰে নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল দীপালি বৰঠাকুৰক। শুকুৰবাৰে ৰাতিপুৱা ভাগলৈ তেওঁৰ স্বাস্থ্য সংকটজনক হৈ পৰিছিল। বাইদেউলৈ আমি জনাইছো একাঁজলী শ্ৰদ্ধাঞ্জলী। #nandini #nandinimagazine #assamesemagazine #womenmagazine #rip #padmashree #dipaliborthakur #passedaway #nemcarehospital #singer #assamesesinger #assameseindustry #instanews #instastory #instalike #instamagazine #instajollywood #guwahati #guwahaticity #assam


25💬Normal

ASSAM TRENDING | #cbi Files Case Against #nemcarehospital MD #assam #guwahati #pratidintime


0💬Normal

At the Inaugural ceremony of " Nemcare Super Speciality Hospital ". Heartiest wishes to team " Nemcare ". We da NorthEastern people are privileged to have this " Super Speciality Hospital " in our region. #nemcarehospital #superspeciality #happiness #northeast #people #privilege #wishes #instagood #twitter


13💬Normal

Now this is what I call an excited day ,pre-operation shoot😝😂😂 "My silly little wisdom tooths, wat kinda name u got? By the looks of things now, you are not that smart. Your stupidity, WISDOM TOOTH , just fills me with awe, for you don't seem to realise, There is no room in my Jaw !😂😂😂 #nemcarehospital #day1 #surgery#OTSELFIE# EXCITED PATIENT . To my extreme corner right is DR. P. S Chakroborty , followed my DR. Sharjah jingran To his left and to my right just next to me is N. Mahanta (OT WALA SELFIE) 😘😝😂😂


1💬Normal


💬Normal


💬Normal


💬Normal


💬Normal


💬Normal


💬Normal


💬Normal


💬Normal


💬Normal